অসম এছোচিয়েছন দিল্লীৰ বিহু ২০২২ ৰ বাবে নিমন্ত্ৰণ

অসম এছোচিয়েছন দিল্লীৰ বিহু ২০২২ ৰ বাবে নিমন্ত্ৰণ

অসম এছোচিয়েছন দিল্লীৰ বিহু ২০২২ ৰ বাবে নিমন্ত্ৰণ

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকো। আমি অসম এচোছিয়েচন দিল্লীৰ হৈ অহা ১৫ এপ্ৰিল ২০২২ তাৰিখে সন্ধিয়া ৬:00 বজাৰ পৰা নতুন দিল্লীৰ লোডী ৰোডত অৱস্থিত শ্ৰী সত্যসাই আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত আপোনাক

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকো। আমি অসম এচোছিয়েচন দিল্লীৰ হৈ অহা ১৫ এপ্ৰিল ২০২২ তাৰিখে সন্ধিয়া ৬:00 বজাৰ পৰা নতুন দিল্লীৰ লোডী ৰোডত অৱস্থিত শ্ৰী সত্যসাই আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত আপোনাক বন্ধু-বান্ধৱ, আত্মীয়স্বজন আৰু পৰিয়ালবৰ্গৰ সৈতে উপস্থিত থাকি অনুষ্ঠানটো উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছো । আপোনাৰলোকৰ উপস্থিতিত আমি নথৈ আনন্দিত হম । আন্তৰিকতাৰে অঞ্জলি বৰুৱা দিব্যজিত দত্ত সভানেত্ৰী সাধাৰণ সম্পাদক
Assam Association  Delhi Bihu 2022 Assam Association  Delhi Bihu 2022 Assam Association  Delhi Bihu 2022 অসম এছোচিয়েছন দিল্লীৰ বিহু ২০২২ ৰ বাবে নিমন্ত্ৰণ